Contact details & Description:

Gmail: pranjaldeka299@gmail.com | Facebook: facebook.com/pranjal.deka.71404 | Twitter: @ppranjaldekaLUV Hello guys, You are Welcome here. This is my blog My Angel. Here I will upload some poem myself and Some Lyrics music videos made by Microsoft Power Point. So, I hope you will enjoy. and if you want then you can give me comments down below in any post. So, Thanks for visit my blog. And, Have a Nice Day :)

Feb 12, 2017

প্ৰেয়সী তুমি (Sonet No: 2)

= প্ৰেয়সী তুমি (Sonet No: 2) =


প্ৰেয়সী তুমি মোৰ সেন্দুৰীয়া সপোন,
জীৱনে মৰনে মোৰ তুমিয়ে আপোন
নাভাবো নিজকে আজি অকলশৰীয়া,
পাগল প্ৰেমী তোমাৰ ময়ে যুগমীয়া
লগ পাইছো এদিন নিশাৰ পৰত,
আশাৰে তৃপ্ত হোৱা সন্ধিয়াৰ ক্ষণত
বুজিলো ভাল পোৱা, তোমাৰ পৰশত
তুমিয়ে মোৰ জীৱন বাটৰ প্ৰেৰণা
দুখৰ সাগৰত সুখৰ জিলিঙনি
তুমিয়ে মোৰ মন সৰগৰ মেনকা,
হৈ আছা যেন সপোন প্ৰদেশৰ ৰাণী
জীৱনে মৰনে তুমিয়ে মোৰ লগৰী
সাজি ঘৰ এখনি ৰচিম ইতিহাস
থাকিম দুয়ো প্ৰেমৰ বনত বাগৰি

….............By Pranjal Deka, 26th May, 2016
(pranjaldeka299@gmail.com) This is my 2nd Sonet poem.

1 comment:

Please Give me your comment here