== নাহিব ! ==

নাহিব,
মোৰ অশ্ৰুভৰা চকু দুটি মচি দিবলৈ আজি কোনো নাহিব,
অকলে উপভোগ কৰিছো, এই নিজান এন্ধাৰৰ সুভাস,
আহক ধোমোহা এজাক,
লৈ যাঁওক মোক উৰুৱাই এখন অন্য পৃথিৱীলৈ,
য'ত তুমি নাথাকিবা আৰু নাথাকিব তোমাৰ মোৰ স্মৃতিবোৰ,
আৰু নাথাকিব মোৰ ভালপোৱা, তোমালৈ ।।।
......................... by Pranjal Deka (pranjaldeka299@gmail.com) at 2016

No comments:
Post a Comment
Please Give me your comment here