নিৰিবিলি গধুলি
= নিৰিবিলি গধুলি
=
নিৰিবিলি এই গধুলি
তোমাৰ কথাকে শুৱঁৰি,
সপোন যেন তোমাৰ স্মৃতি
ল'লো আজি সাদৰি ।
জীৱনৰে পদূলিত
আহিছিলা গধুলিত
নিৰিবিলি গধুলিত
চিকিমিকি সপোন হৈ ।
কিয়নো আহিছিলা
এদিনৰ কাৰনে
হৃদয় মোৰ ভাঙিলা
চিৰদিনলৈ ।
..................by Pranjal Deka
(pranjaldeka299@gmail.com)
at April 2016 .......
No comments:
Post a Comment
Please Give me your comment here