= আজিৰ
এই গধূলি =

ঘন বৰষুন,
ধোমোহা
আৰু মেঘৰ গাজনি,
বিজুলিৰ চিকিমিকি পোহৰ,
অমাৱস্যাৰ আন্ধাৰ ৰাতি ।
উঠি লৈছো এটি ডাঙৰ শিলত
অকলে'
নিজান ৰাতি,
বুকুত ভয়,
গাত শিৰশিৰিয়া বতাহৰ শিহৰণ ।
মেলি দিছো দুয়োখন হাত,
মুদি দিছো দুয়োটি চকু ।
মোৰ বুকুভৰা মৰমেৰে
আজিৰ এই গধূলি
তোমাকে শুৱৰি ।
................................by Pranjal Deka
(pranjaldeka299@gmail.com)
At April 2016

ঘন বৰষুন,
ধোমোহা
আৰু মেঘৰ গাজনি,
বিজুলিৰ চিকিমিকি পোহৰ,
অমাৱস্যাৰ আন্ধাৰ ৰাতি ।
উঠি লৈছো এটি ডাঙৰ শিলত
অকলে'
নিজান ৰাতি,
বুকুত ভয়,
গাত শিৰশিৰিয়া বতাহৰ শিহৰণ ।
মেলি দিছো দুয়োখন হাত,
মুদি দিছো দুয়োটি চকু ।
মোৰ বুকুভৰা মৰমেৰে
আজিৰ এই গধূলি
তোমাকে শুৱৰি ।
................................by Pranjal Deka
(pranjaldeka299@gmail.com)
At April 2016
No comments:
Post a Comment
Please Give me your comment here