== প্ৰেম কি ! ==

প্ৰথমে ভাবিবা মিঠা বাসনা
কিছুমান ধুনীয়া অনুভুতি
আৰু
আৰু কাৰোবাক কাষতে পোৱাৰ
প্ৰৱল হেপাঁহ ।
কাৰোবাক লৈ দেখা সপোনবোৰ,
কাৰোবাক মনে প্ৰাণে বিচৰাৰ
আকাংক্ষা ।
কিন্তু কিমান ম্যাদ আছে এই প্ৰেমৰ ?
কেতিয়াবা কাৰোবাৰ বুকুৰ প্ৰেম
বুকুতে মৰহি যায়,
কেতিয়াবা প্ৰেমক অনিচ্ছা সত্বেও
পাহৰিব লগা হয় ।
এনেকৈয়ে মৰহি যায়
প্ৰেমৰ গোলাপ পাঁহি ।
এবাৰ প্ৰেমত পৰি চাবাচোন !
বুজি পাবা নোপোৱাৰ বেদনা
বুজি পাবা প্ৰেম কি !
প্ৰেমত সুখ বহুত দূৰৈত
কিন্তু দুখ, নিচেই ওচৰত ।
........................By Pranjal Deka, 20th May, 2016
(pranjaldeka299@gmail.com)

প্ৰথমে ভাবিবা মিঠা বাসনা
কিছুমান ধুনীয়া অনুভুতি
আৰু
আৰু কাৰোবাক কাষতে পোৱাৰ
প্ৰৱল হেপাঁহ ।
কাৰোবাক লৈ দেখা সপোনবোৰ,
কাৰোবাক মনে প্ৰাণে বিচৰাৰ
আকাংক্ষা ।
কিন্তু কিমান ম্যাদ আছে এই প্ৰেমৰ ?
কেতিয়াবা কাৰোবাৰ বুকুৰ প্ৰেম
বুকুতে মৰহি যায়,
কেতিয়াবা প্ৰেমক অনিচ্ছা সত্বেও
পাহৰিব লগা হয় ।
এনেকৈয়ে মৰহি যায়
প্ৰেমৰ গোলাপ পাঁহি ।
এবাৰ প্ৰেমত পৰি চাবাচোন !
বুজি পাবা নোপোৱাৰ বেদনা
বুজি পাবা প্ৰেম কি !
প্ৰেমত সুখ বহুত দূৰৈত
কিন্তু দুখ, নিচেই ওচৰত ।
........................By Pranjal Deka, 20th May, 2016
(pranjaldeka299@gmail.com)
No comments:
Post a Comment
Please Give me your comment here