=তুমি আহিবা বুলি=

তুমি আহিবা বুলি
মই মন সাগৰৰ দুৱাৰখনি
ৰাখিছিলো খুলি,
ভবাই নাছিলো
মোক পাহৰি আন কাৰোবাক
নিজৰ কৰিবা বুলি,
মনত নপৰিবনে ?
আমি যে একেলগে হাঁহিছিলো ।
মনত নপৰিবনে ?
মই যে তোমাক ভাল পাঁও বুলিছিলো !
তুমি যে হাঁহি দিছিলা,
কিয় হাঁহিছিলা ?
যদি ভালেই নোপোৱা !!!
.................... by Pranjal Deka
(pranjaldeka299@gmail.com)
At April 2016
No comments:
Post a Comment
Please Give me your comment here