==নোৱাৰো পাহৰিব==

আজিও বৰকৈ মনত পৰিছে
তোমালৈ,
হিয়াই কান্দি উঠিছে
তোমালৈ,
অনুভৱ কৰিছো
বুকুত প্ৰেমৰ জুই ।
কাকনো বুজাও !
আজি তুমিও নাই বুজিবলৈ,
আজি তুমিও নাই,
মোৰ হিয়া ভৰা কান্দোনৰ
চকু পানীৰে লিখা
এই কবিতাটো পঢ়িবলৈ ।
মাথো এটি সপোন আছিল,
তুমি আহিছিলা,
লগ পাইছিলো,
মৰম দিছিলা,
তোমাক লৈ সপোন দেখিছিলো ।
এতিয়া সেই সপোন নাই,
আছে মাথো স্মৃতিবোৰ,
এটি সুন্দৰ অতিতৰ কাহিনীবোৰ ।
এতিয়াও বিছাৰো তোমাক
হেৰাই যাও তোমাৰ ছবিখনিত ।

আজিও বৰকৈ মনত পৰিছে
তোমালৈ,
হিয়াই কান্দি উঠিছে
তোমালৈ,
অনুভৱ কৰিছো
বুকুত প্ৰেমৰ জুই ।
কাকনো বুজাও !
আজি তুমিও নাই বুজিবলৈ,
আজি তুমিও নাই,
মোৰ হিয়া ভৰা কান্দোনৰ
চকু পানীৰে লিখা
এই কবিতাটো পঢ়িবলৈ ।
মাথো এটি সপোন আছিল,
তুমি আহিছিলা,
লগ পাইছিলো,
মৰম দিছিলা,
তোমাক লৈ সপোন দেখিছিলো ।
এতিয়া সেই সপোন নাই,
আছে মাথো স্মৃতিবোৰ,
এটি সুন্দৰ অতিতৰ কাহিনীবোৰ ।
এতিয়াও বিছাৰো তোমাক
হেৰাই যাও তোমাৰ ছবিখনিত ।
জীৱনত প্ৰথম ভাল পাইছিলো তোমাক,
জীৱনত প্ৰথমবাৰ প্ৰেমৰ কথা
কৈছিলো তোমাক ।
এতিয়া নাই তুমি
নাই, তুমি নাই, তুমি নাই
তুমি আজি সঁচাই নাই ।
কেনেকৈ বুজাও নিজকে
যে তুমি নাই !
কিদৰে পাহৰো পাখিলগা অতিতৰ
স্মৃতিবোৰ,
কিদৰে পাহৰো তোমাৰ মৰমলগা
হাঁহিটি !
কিদৰে পাহৰো,
কিদৰে পাহৰো,
কিদৰে পাহৰো তোমাক ?
................. by Pranjal Deka (pranjaldeka299@gmail.com) at 2015
জীৱনত প্ৰথমবাৰ প্ৰেমৰ কথা
কৈছিলো তোমাক ।
এতিয়া নাই তুমি
নাই, তুমি নাই, তুমি নাই
তুমি আজি সঁচাই নাই ।
কেনেকৈ বুজাও নিজকে
যে তুমি নাই !
কিদৰে পাহৰো পাখিলগা অতিতৰ
স্মৃতিবোৰ,
কিদৰে পাহৰো তোমাৰ মৰমলগা
হাঁহিটি !
কিদৰে পাহৰো,
কিদৰে পাহৰো,
কিদৰে পাহৰো তোমাক ?
................. by Pranjal Deka (pranjaldeka299@gmail.com) at 2015
No comments:
Post a Comment
Please Give me your comment here