= তুমি আহিবানে
? =

আজি কালি সঘনাই বাটলৈ চাওঁ ।
কিজানি তুমি আহিবা এ ...
মোৰ বাবে নহলেও, কোনো অন্য কামলৈ ।
তুমি নেচালেও মইটো চাব পাৰিম, দূৰৈৰ পৰা ...
এটি সপোনৰ দৰে দিথক লই,
এটি অৰ্থহীন সাথৰ লই,
আৰু কিছুমান কেতিয়াও নুবুজা শব্দৰ অৰ্থ হই ।
য'ত থাকিব নিৰাশা, আৰু অভিমান ।
.... আহিবা জানো তুমি, আমাৰ বাটেৰে ?
কোনো অন্য কামলৈ হ'লেও ...
মোৰ মৃত্যুৰ আগতে .... !!!
..........by Pranjal Deka (pranjaldeka299@gmail.com) at 2016

No comments:
Post a Comment
Please Give me your comment here