Contact details & Description:

Gmail: pranjaldeka299@gmail.com | Facebook: facebook.com/pranjal.deka.71404 | Twitter: @ppranjaldekaLUV Hello guys, You are Welcome here. This is my blog My Angel. Here I will upload some poem myself and Some Lyrics music videos made by Microsoft Power Point. So, I hope you will enjoy. and if you want then you can give me comments down below in any post. So, Thanks for visit my blog. And, Have a Nice Day :)

Feb 12, 2017

সপোনৰ সুখ বিচাৰি

সপোনৰ সুখ বিচাৰি =


কোনেনো বুজিব মোৰ কি বেদনা
কোনেনো পতিয়াব দুখ,
দুখ-ভাগৰেৰে ভৰা মোৰ এই জীৱন
তাতেই বিচাৰিছো সুখ
দিনবোৰ আমাৰ তেনেকৈয়ে যাব
ভাৱনাবোৰ মামৰে ধৰিব,
জীৱনটো দুখৰে হৈ থাকিব,
মনৰ আশা মনতে মৰহিব,
মৰিলেও কান্দোতা নাথাকিব,
তথাপিও জীয়াই থাকিম !
কল্পনা আৰু সপোনৰ মাজত উমলিম !
ভাগৰে আৱৰা দেহ, ঘামে জিলিকাব
সপোনেৰে ভৰা নিশাই মোৰ
আনন্দ হৈ ' !
এনেকৈয়ে লিখিম কবিতা
মোৰ এই দুখ ভৰা দিঠকত
সপোনৰ সুখ বিচাৰি

........................By Pranjal Deka, 21th May, 2016
(pranjaldeka299@gmail.com) 

No comments:

Post a Comment

Please Give me your comment here