==
দুখৰ কবিতা ==
দুখৰ কবিতা
আৰু কিমান লিখিম,
নিজান বননিত.......
কহুৱাৰ
মাজত.......
হাত দুখনি
মেলি........
আকাশৰ পিনে
চাই ;
আৰুনো
কিমান কান্দিম।
দুখৰ কবিতা
আৰু কিমান লিখিম,
..…… by : Pranjal Deka
Email: pranjaldeka299@gmail.com
At 1st
March, 2017

No comments:
Post a Comment
Please Give me your comment here